চহোগুৰী বাঘাজান গাওঁৰ ফুটবল খেলৰ কেইটামান বিশেষ মহুৰ্ত।
কুইজ:
প্ৰশ্ন:টেষ্ট ক্ৰিকেটৰ কে ইনিংছত সৰ্বনিম্ন দলগত ৰাণ কোনখন দেশৰ?
উত্তৰ: নিউজিলেণ্ড,২৬ ৰাণ।
প্ৰশ্ন:খেলৰ প্ৰথম বলটোত আউট হৈ অভিলেখ স্হাপন কৰা ক্ৰিকেট খেলুৱৈ গৰাকী কোন?
উত্তৰ:সুনীল গাভাস্কাৰ, তেওঁ চাৰিবাৰ খেলৰ প্ৰথমটো বলতে আউট হৈছিল।
প্ৰশ্ন:অসমৰ কোনগৰাকী টেবুল টেনিছ খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছিল?
উত্তৰ: মনালিছা মেহতা বৰুৱা (১৯৮৭ চনত)।
প্ৰশ্ন: অলিম্পিকত সোণৰ পদক লাভ কৰা ভাৰতৰ প্ৰথম খেলুৱৈ গৰাকী কোন?
উত্তৰ:অভিনৱ বিন্দ্ৰা।২০০৮ চনৰ বেইজিং অলিম্পিকত তেওঁ ১০ মিটাৰ এয়াৰ ৰাইছল ইভেণ্টত সোণৰ পদক লাভ কৰে।
প্ৰশ্ন: প্ৰথম বিশ্বকাপ ফুটবল কেতিয়া আৰু ক'ত অনুষ্ঠিত হয়?
উত্তৰ:১৯৩০ চনত উৰুগুৱেৰ ৰাজধানী মণ্টিভিডিঅ'ত।
প্ৰশ্ন:কোন চনত ভাৰতে বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰিছিল?
উত্তৰ:১৯৮৩ চনত।
span style="font-size: large;"> প্ৰশ্ন: মহিলাৰ বিশ্বকাপ ক্ৰিকেট কিমান চনৰ পৰা আৰম্ভ হৈছে?
উত্তৰ:১৯৭৩ চনত।
প্ৰশ্ন: অৰ্জুন বঁটা কিহৰ বাবে প্ৰদান কৰা হয়?
উত্তৰ: ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা বিশেষ সফলতাৰ বাবে অৰ্জন বঁটা প্ৰদান কৰা হয়।
প্ৰশ্ন:হকী খেল প্ৰৰমে ক'ত আৰম্ভ হৈছিল?
উত্তৰ: ইংলেণ্ডত।
✍️ সীমান্ত কলিতা

